Shaala Koch Data Entry for Teachers

ভাৰত চৰকাৰে নতুনকৈ সূচনা কৰা shaalakosh webportal ত July 14, 2018    ভিতৰত শিক্ষকৰ সকলো তথ্য upload কৰা হ'ব। ইতিমধ্যে HRMIS ৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য সমূহ নতুন portal ত upload কৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু নিজৰ তথ্য সমূহ প্ৰতিজন শিক্ষকে নিজে শুদ্ধ বুলি কব লাগিব। তাৰবাবে upload কৰা শিক্ষক ৰ তথ্য প্ৰতিখন বিদ্যালয়লৈ পঠিওৱা হব। প্ৰত্যেকে নিজ নিজ তথ্য পৰীক্ষা কৰি আগতীয়াকৈ সাজু থাকিব লাগিব। এই কামৰ বাবে এটা নিৰ্দিষ্ট দিনত CRCC বা অন্য কোনো বিভাগীয় ব্যক্তি এবাৰেই মাত্ৰ বিদ্যালয়লৈ যাব। সেইদিনা শিক্ষকৰ registered মোবাইল ত এটা OTP ( one time password) যাব। এই OTP CRCC বা নিয়োজিত বিভাগীয় ব্যক্তিক জনাব লাগিব। CRCC এ OTP webportelত দিয়াৰ লগে উক্ত শিক্ষকৰ data freez হ'ব। ইয়াক শিক্ষক জনৰ digital signature হিচাবে গণ্য কৰা হব। ইয়াৰ পিছত কোনো তথ্য ৰ শুধৰণি ৰ অনুৰোধ গ্ৰাজ্য নহব।

Website : http://shaalakosh.gov.in